আজি পদত্যাগ কৰিব যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই!

Share

আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব অংকিতা দত্তই ! ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহন নকৰাৰ বাবেই যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ ! তাৰ পিছতে ক্ষুব্ধ নেত্ৰী গৰাকী।কিছুদিন ধৰি অপসাৰণ সন্দৰ্ভত চলি আছিল কুচকাৱাজ । অসমত ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ দিনাই অপসাৰণ কৰে অংকিতা দত্তক ।হঠাত অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা কংগ্ৰেছে অপসাৰণ কৰা কাৰ্যই বহন কৰিছে বিশেষ তা্পৰ্য । ভাৰত জোড়ো যাত্ৰাৰ সময়ত জিতেন্দ্ৰ সিংৰ হৈতে কথাৰ কটাকটি হৈছিল অংকিতা দত্তৰ।কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাত অংশ লৈ উদাত্ত ভাষণ দিছিল অংকিতা দত্তই ।

Leave a Reply

Your email address will not be published. Required fields are marked *