চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই পুনৰ চৰ্চালৈ ভিক্টৰ দাস

Share

নিউজ ডেস্ক,১৯ অক্টোবৰঃ অসম চৰকাৰৰ দ্বাৰা নিযোজিত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা উত্তীৰ্ণ হৈছে এহেজেৰতকৈও অধিক পৰীক্ষাৰ্থী ।

মঙলবাৰে নিশা কামৰূপস্থিত দদৰাত নিজ বাসগৃহত উপস্থিত হৈ এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত ভিক্টৰ দাসে প্ৰকাশ  কৰিলে,”মই জেনুইন মানুহ, মই ভাগৰা নাই ।”

উল্লেখ্য যে , ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন অভিযোগত ভিক্টৰ দাস গ্ৰেপ্তাৰ হৈছিল যদিও পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে ।

তদুপৰি জামিন লাভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলৈ আৰম্ভ কৰিছে ভিক্টৰ দাসে ।

Leave a Reply

Your email address will not be published. Required fields are marked *