আজি অসমলৈ আগমন কৰিছে  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা শীতাৰমন,ডিমা হাছাওত কৰিব জলবিদ্যুৎ, প্ৰকল্পৰ ভূমি পূজন

Share

শোভাশ্ৰী বাৰিক,৭অক্তোবৰঃডিমাহাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুৰ লংকুত বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা নিম্ন কপিলী জলবিদুত প্ৰকল্পৰ ভূমি পূজনত উপষ্ঠিত হৈছেহি  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকী। কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ সৈতে উপষ্ঠিত আছে অসমৰ মূখ্য মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা আৰু শক্তি মন্ত্ৰী বিমল বৰা। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা,কাৰ্বি আঙলাঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংএ পি জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা আৰু মেনেজিঙ ডাইৰেক্টৰ দীপাঙকৰ নাথও এই অনুষ্ঠানত  উপষ্ঠিত আছে।

উল্লেখ্য যে, এ পি জি চি এলে উমৰাঙচুৰ লঙকুত ১২০ মেগাৱাট নিম্ণ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *