শোকাৱহ!নিজৰ ওপজা দিনৰ দিনাই প্ৰাণ হেৰুৱাই চি.আৰ.পি.এফ জোৱানে

Share
গুৱাহাটী,৩ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাত নিশা পথ দুৰ্ঘটনাত অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় চি.আৰ.পিএফত কৰ্মৰত যুৱকজন ৷
    উল্লেখ্য যে,AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইক আৰোহী যুৱক কিশোৰ কলিতাই ছুটী লৈ নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰাৰ পিছত থিতাতে মৃত্যু হয় জোৱানজনৰ ৷ 
   তদুপৰি চি.আৰ.পিএফ যুৱকজনৰ ওপজা দিন উপলক্ষে মোৱাইল কিনিবলৈ কাবাইটাৰী বজাৰলৈ যায় আৰু ম’বাইল ফোন ক্ৰয় কৰি নিজ ঘৰলৈ উভতি আহি জন্মদিন উদযাপন কৰিব নোৱাৰিলে আৰু চিৰদিনৰ বাবেই বিদায় মাগিলে জোৱান জনে৷

Leave a Reply

Your email address will not be published. Required fields are marked *