গুৱাহাটী, ১৮ জানুৱাৰীঃ ২০২১ৰ টেট শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে SEBA ৰ কাৰ্যালয়।প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ SEBA ৰ বিৰুদ্ধে। অবতীৰ্ন শিক্ষাৰ্থী সকলে গ্ৰেছ নম্বৰ বাবে আহ্বান জনাইছিল।কিন্তু শিক্ষাবিভাগৰ তৰফৰ পৰা জনাইছিল গ্ৰেছ নম্বৰ দিয়া নহব।প্ৰযোজন হলে পুনৰ টেট অনুস্থিত কৰাৰ আশ্বাস দিছিল শিক্ষামন্ত্ৰী গৰাকীয়ে।