আজি বিশ্ব পৰ্যটন দিৱস

Share

প্ৰতি বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ সৈতে এক যোগসূত্ৰ স্থাপন কৰাৰ উদ্দেশ্যে পালন কৰা হছৈ বিশ্ব পৰ্যটন দিৱস। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ উদ্যোগত ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ সকলো সদস্য দেশে পালন কৰি আহিছে বিশ্ব পৰ্যটন দিৱস। বিগত ৪৪ বছৰে পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিৰ আৰু অৰ্থনৈতিক উপযোগীতা বিশ্বব্যাপী প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি আহিছে। পৰ্যটন আৰু শান্তি মূল বিষয়বস্তু হিচাপে লৈ এইবাৰৰ বিশ্ব পৰ্যটন দিৱস সামূহীক ভাৱে আয়োজন কৰা হব পূৱ  ইউৰোপ আৰু পশ্চিম এচিয়াৰ সংযোগস্থল জৰ্জিয়াত।  

Leave a Reply

Your email address will not be published. Required fields are marked *