এইবাৰ স্থানান্তৰ কৰা হব ফাঁচী বজাৰৰ হোলচেল মাৰ্কেট

Share

২৪ নৱেম্বৰ গুৱাহাটীঃ-এখনৰ পাছত এখনকৈ উৰণ সেঁতু নিৰ্মাণেৰে গুৱহাটীৰ আকাশ মকৰাজাল সদৃশ কৰাৰ পাছতো হ্ৰাস হোৱা নাই গুৱাহাটী মহানগৰীৰ যান-জঁট । ইয়াৰ পাছতো ৰেকৰ্ড সৃষ্টিৰে ঘোষণা কৰা হৈছে উৰণ সেঁতু নিৰ্মাণৰ প্ৰকল্পৰ কথা ।উৰণ সেঁতুৱেও যে যান-জঁট নিৰ্মূল কৰিব তাত সন্দেহ নথকা নহয় । সেয়ে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বামুণীমৈদামলৈকে নিৰ্মাণৰ কাম হাতত লৈছে । ইতিমধ্যে পথৰ মাজত নিৰ্ধাৰিত স্থানত অস্থায়ীভাৱে দিয়া হৈছে বেৰিকেড ।

        গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰিবৰ বাবে গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন স্থানান্তৰৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ।    

Leave a Reply

Your email address will not be published. Required fields are marked *