ব্ৰহ্মপুত্ৰত গা ধুৱ গৈ সন্ধানহীন হোৱা দ্বীপ সৰকাৰৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই

Share

ডিম্পুমণি হীৰা ২৮ ছেপ্তেম্বৰঃ ৰবিবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল ৪ জন কিশোৰ।সন্ধানহীন হোৱা কেইজনৰ ভিতৰত ৩ জন কিশোৰ ক্ৰমে অবিনাশ দাস, দয়াল শ্বেখ আৰু জিত দাস। এতিয়ালৈকে সন্ধানহীন হৈ আছে দ্বীপ সৰকাৰ নামৰ কিশোৰজন। আজি পুনৰ দ্বীপ সৰকাৰৰ উদ্ধাৰ অভিযান চলাব নদী আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন. ডি. আৰ. এফ য়ে। কিশোৰ ৪ জনৰ লগত সংঘটিত হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে কিশোৰ কেইজনৰ পৰিয়ালত।  

Leave a Reply

Your email address will not be published. Required fields are marked *