আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে: দিগন্ত কলিতা

Share
নিউজ ডেস্ক, ৩০ আগষ্টঃ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই তীব্ৰভাৱে সমালোচনা কৰে আব্দুল খালেকক। দিগন্ত কলিতাই কয় যে, ‘আব্দুল খালেকে বুৰঞ্জী পঢ়িব লাগে। আব্দুল খালেক মোগল যেন হে লাগে।  মূছলমানৰ ভোট লাগে কাৰণে মোগল প্ৰিয় হৈ ভজন গাইছে। এতিয়া ভূপেন বৰাই স্পষ্ট কৰক কিয় তেওঁলোকৰ সাংসদে মোগলক প্ৰশংসা কৰিছে ।’
তেওঁ কয় যে,    খালেকৰ মুখত লাচিত বৰফুকনৰ নাম নোলাই, জাহাঙ্গীৰৰ নামহে ওলাই। খালেকৰ DNA টেষ্ট কৰিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক দিগন্ত কলিতাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *