আজি অসমলৈ আহিছে সিন্দেবাহিনী

Share

আজি অসমলৈ আহিছে মহাৰাষ্টৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে । সিন্দেৰ লগত আহিছে ১৬৭ জনীয়া সাংসদ বিধেয়কৰ দল । দিনৰ ১২ বজাত গুৱাহাটীত উপস্থিত হৈছে সিন্দেবাহিনী। মুখ্যমন্ত্ৰী  একনাথ সিন্দে সুুকীয়া বিমানেৰে ১ বজাত উপস্থিত হৈছে লোকপ্ৰিয় গোপনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত  । বিমান বন্দৰৰ পৰা পোণে পোণে ৰাওনা হব কামাখ্যা ধামলৈ । দিনৰ ২ বজাত মা কামাখ্যা মাৰ আশীষ লব দলটোৱে ।

নিশাটো মহানগৰীৰ হোটেল ৰেডিছন ব্লু ত কটাব সিন্দে বাহিনী ।  বিগত ৫ মাহ আগত  চৰকাৰ গঠনৰ সমীকৰণ লৈ সিন্দে বাহিনী আহিছিল গুৱাহাটীলৈ । ৰেডিছন ব্লুৰ কোঠাত সলনি কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজনীতি। এইবাৰু হব নেকি আগন্তুক কোনো পৰিকল্পনা।

Leave a Reply

Your email address will not be published. Required fields are marked *