বিশ্বৰ আটাইতকৈ উষ্ণ বৰ্ষ হ’ব ২০২৩ আৰু ২০২৭ বৰ্ষ

Share
বিশ্বজুৰি বৃদ্ধি পাব ধৰিছে উষ্ণ তাপ মাত্ৰা ,  ৷ ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞানীৰ কঠোৰ সকিয়নি ২০২৩-২৭ বৰ্ষ হ’ব বিশ্বৰ আটাইতকৈ উষ্ণ বৰ্ষ ৷ লগতে এই উষ্ণ প্ৰবাহে বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিব ভয়ংকৰ পৰিস্থিতিৰ।  যাৰ ফলত বৰ্তমানৰ উষ্ণতাতকৈ বাঢ়িব ১.৩  পৰ্যন্ত ডিগ্ৰী ৷ বিগত  বছৰবোৰৰ তুলনাত আগন্তক পাঁচ  বছৰত তাপমাত্ৰা অধিক বৃদ্ধি পাব ৷  আগন্তক পাঁচ বছৰত উষ্ণতাই নতুন অভিলেখ গঢ়িব বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ৷  
 গ্ৰীণ হাউছ গেছ নিসৰণ আৰু এল নিনোৰ যৌথ প্ৰভাৱত তাপমাত্ৰাই ভয়াবহ ৰুপ ধাৰণ কৰিছে। কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে গ্ৰীণ হাউছ গেছৰ প্ৰভাৱৰ বাবে বায়ুত কুপ্ৰভাৱ পৰিব , আৰু ইয়াৰ প্ৰভাৱত যিকোনো সময়তে ভয়াবহ ৰুপ লোৱাৰ  আশংকা প্ৰকাশ কৰিছে ৷   ফলত সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷  ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি আগন্তক পাঁচটা বছৰত ৯৫শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *