ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে গৰকিলে ৭৫  বৰ্ষ

Share
গুৱাহাটী,০৮জানুৱাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে ৭৫ বছৰ।মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে বিশ্ববিদ্যালয়ত দেখিবলৈ পোৱা গল ব্যাপক আয়োজন।এই অনুষ্ঠানত উপস্থিতিত থাকে ৰাজ্যপাল জগদীশ মুখী।উল্লেখ্য যে বছৰযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হব বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী।অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক জগত খনলৈ অনবদ্য অবদান আগবঢ়োৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শুভক্ষণত এই অনুষ্ঠানতেই মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিজিটেল ল’গ,মহাৰজত জয়ন্তীৰ ল’গ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন তথ্য চিত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *