অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিনতি

Share

লক্ষীমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তগত কাটৰি চাপৰি ভৰতপুৰত অন্ধবিশ্বাসৰ বাবেই চিকি সালয়ত জীৱন-মৃত্যুৰে যুঁজিছে মানসিক বিকাৰগ্ৰস্ত আৰতি মাল্লাহ ।কিছুদিনৰ আগৰে পৰা মানসিক ৰোগত ভুগি আছিল আৰতি মাল্লাহ ।অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পিতৃ-মাতৃয়ে চিকি সাৰ ব্যৱস্হা কৰাৰ সলনি যুৱতী গৰাকীক গাত ভূত লম্ভিছে বুলি ভাবি বেজৰ আশ্ৰয় লয় ।

ভূত খেদোৱাৰ নামত যুৱতী গৰাকীক বাঁহৰ এচাৰীৰে মৰিয়াই মৰিয়াই আধামৰা কৰে বেজ জনে । এনে নিৰ্যাতনৰ ফলত যুৱতী গৰাকীৰ অৱস্তা সংকটজনক হৈ পৰাত লখিমপুৰ চিকি সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় ।কালী বেজৰ ওপৰত যুৱতী গৰাকীৰ পিতৃ-মাতৃয়ে চাউলধোৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰ ভিওিত এটা গোচৰ পন্জীয়ন কৰি জেল হাজো লৈ প্ৰেৰন কৰে চাউলধোৱা আৰক্ষীয়ে। পিতৃ-মাতৃৰ ওপৰতো কঠোৰ আইনী ব্যৱস্হা গ্ৰহন কৰিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে ।  

Leave a Reply

Your email address will not be published. Required fields are marked *