আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া

Share
গুৱাহাটী  ১৫ ফ্ৰেব্ৰুৱাৰীঃ ক’ৰোণা মহামাৰী তৃতীয় ঢৌৰ সংক্ৰমন বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যৰ বিদ্যালয় সমূহ বন্ধৰ  ঘোষণা কৰিছিল  ৰাজ্যচৰকাৰে।  আজি প্ৰায় 2 মাহৰ অন্তত  প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সমূহৰ পাঠদান আৰম্ভ হৈছে।ন- উদ্যম,ন-উচ্ছাহেৰে শিক্ষাৰ্থী সকলে এতিয়া পাঠদান  গ্ৰহণ কৰিছে।তাৰ সমান্তৰালকৈ সাজু হৈ উঠিছে  শিক্ষাগুৰু সকল।যিহেতু আজিৰ পৰা ক’ভিডৰ সকলো বাধ্যবাধকতা নিষেধ কৰা হৈছে।সেয়েহে অধিৰ উৎসাহেৰে শিক্ষাৰ্থী সকলে গ্ৰহণ কৰিছে পাঠদান।

Leave a Reply

Your email address will not be published. Required fields are marked *