৫ ছেপ্টেম্বৰত স্নাতক চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা!

Share

নিউজ ডেস্ক ,‌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক তথা চূড়ান্ত ষান্মাসিকৰ ফলাফল অহা ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব । ১ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ। বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰকে প্ৰকাশ কৰা অনুসৰি,৫ ছেপ্টেম্বৰতে পঞ্চম সন্মাসিকৰ পুনৰ মূল্যায়ন পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

ইফালে, সামাজিক মাধ্যমত শেহতীয়াকৈ পঞ্চম সন্মাসিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ – ছাত্ৰীৰ পৰীক্ষা বেয়া হোৱা বুলি যিধৰণে প্ৰকাশ পাইছে, সেয়া সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰকে।

Leave a Reply

Your email address will not be published. Required fields are marked *