আজি অসমত কোৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা

Share

ইউনুছ আলী ৭ অক্টোবৰঃ অসমত পুনৰ ৩০০ জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৬৯জন কামৰূপ মেট্ৰৰ, ২৬জন লখিমপুৰৰ, ২৫জন গোলাঘাটৰ আৰু ২৫জন যোৰহাটৰ। এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৩৯২৩জনলৈ বৃদ্ধি পাইছে। ইফালে বুধবাৰৰ দিনটোত সুস্থ হৈছে ৪৬৭জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৬জনৰ মৃত্যু হয়। এতিয়াও ৰাজ্যত কোৰোনা(covid-19)ত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ২৮৯৮জন ৰোগী।

Leave a Reply

Your email address will not be published. Required fields are marked *