আজি পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ অভিযান

Share

অবৈধ বেদখলৰকাৰীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই । আজি ৰাজ্য সৰ্ববৃহৎত উচ্ছেদ অভিযান চলিব । পুনৰ সোণাপুৰৰ কচুতলীত আজি চলিব উচ্ছেদ অভিযান । কচুতলীত ৬ টা স্থানৰ প্ৰায় ২৫০ টা বাসগৃহত চলিব উচ্ছেদ । ১৫০ বিঘা ম্যাদী- একচনীয়া ভুমিত চলিব উচ্ছেদ অভিজান । অবৈধ বেদখল কৰি থকা ঠাই এৰিবৰ বাবে প্ৰশাসনে আগতীয়াকৈ জাননী জাৰি কৰিছিল । প্ৰশাসনে বেদখলৰকাৰীৰ ঘৰে ঘৰে আঁৰি দিছিল ৰঙা ষ্টিকাৰ । উচ্ছেদস্থলীত মোতায়ন কৰিছে বৃহৎ নিৰাপত্তাৰক্ষী দল । উচ্ছেদৰ বাবে ৭ দিনৰ সময় দিছিল প্ৰশাসনে । তাৰ সমান্তৰালকৈ গোৱালপাৰাত চলিব উচ্ছেদ অভিযান । উচ্ছেদক লৈ বন বিভাগে আৰম্ভ কৰিছে প্ৰস্তুতি । ১১৮ হেক্টৰৰ প্ৰায় ৫৫ হেক্টৰ ভূমি অবৈধ দখল কৰি আহিছিল। আজি প্ৰশাসনে বৃহৎত  উচ্ছেদ  চলাই গোৱালপাৰাত ।                                                                                                                                                                      

Leave a Reply

Your email address will not be published. Required fields are marked *