ৰাষ্ট্ৰীয় কোৱান্টাম মিছনৰ বাজেট ৬০০৩.৬৫ কোটি টকা !

Share

দেশৰ বিজেপি চৰকাৰ খনে ভাৰতবৰ্ষৰ প্ৰগতি তথা বিকাশৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে।স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তথ্য-প্ৰযুক্তি সকলো ক্ষেত্ৰত উন্নয়ৰ বাবে বহু ব্যৱস্থা গ্ৰহন কৰি আহিছে চৰকাৰে।

ইয়াৰে মাজত  চৰকাৰে কম্পিউটাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ ৰাষ্ট্ৰীয় কোৱান্টাম’ত অনুমোদন জনায়।সেই প্ৰস্তাৱ বুধবাৰে কেবিনেটত গৃহীত হয়।কেবিনেটৰ সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু অনুৰাগ ঠাকুৰে এই সন্দৰ্ভত জনায়।

উল্লেখ্য যে এই মিছনৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে ২০২৩-২৪ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ ৬০০৩.৬৫ কোটি টকাৰ বাজেট ঘোষণা কৰিছে।এই কম্পিউটাৰৰ দ্ধাৰা পুৰণি কম্পিউটাৰৰ কঠিন কামবোৰ কম সময়ৰ ভিতৰত কৰিব পাৰিব আৰু কামবোৰ  অতি সহজ হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *