ইণ্ডিয়া ব্লকে আৰম্ভ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ

যোৱা দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ মিত্ৰজোঁট ইণ্ডিয়া ব্লকে।মিত্ৰজোঁট…