আজি ছত্তীশগড় আৰু মধ্য়প্ৰদেশত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে নৱ-নিৰ্বাচিত মুখ্য়মন্ত্ৰীয়ে

মধ্য়প্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ বাবে বিজেপি দলে মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছিল মোহন যাদৱ আৰু বিষ্ণু দেও…