ঘোষণা হ’ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ এক বিশেষ বাৰ্তা

আজি পুৱা ১০ বজাৰ লগে লগে মাধ্যমিক শিক্ষা পৰিষদ অসম (ছেবা)ৰ অধীনত ঘোষণা কৰা হয় হাইস্কুল…