ভিচা নোহোৱাকৈয়ে ভ্ৰমণ কৰিব পাৰিব মালেছিয়া

গুৱাহাটী,২৭ নৱেম্বৰঃ শেহতীয়াকৈ থাইলেণ্ডে ভাৰতক ভিচাৰ অবিহনে থাইলেণ্ড ভ্ৰমণৰ সুবিধা প্ৰদান কৰাৰ পাছতে এইবাৰ মালেছিয়াই ভাৰতক…

‘জয়মালা’ৰ ফটো ভুলকৈ প্ৰচাৰিত হৈ আছে সামাজিক মাধ্যমত,সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থকা ফটোৰ ৰুগ্ন অৱস্থাৰ হাতীটো আচলতে থাইলেণ্ডৰহে

ডিজিটেল ডেস্কঃ তামিলনাডুলৈ নিয়া অসমৰ হাতী জয়মালা সন্দৰ্ভত সামাজিক মাধ্যমত ফটো এখন ভুলকৈ প্ৰচাৰিত হৈ আছে…

এতিয়া ভাৰতৰ পৰা বৃটেইনলৈ চলিব বাছসেৱা, পোনপতীয়াভাৱে যাত্ৰা কৰিব পাৰিব যাত্ৰীসমূহে

নিউজ ডেস্ক, ২২ জুলাইঃ  ৭০ দিন অতিক্ৰম  কৰি ভাৰতৰ পৰা বৃটেইনলৈ চলে এই বিশেষ বাছখন ।…

মহাকাশত বিলীন হ’ল কিং অৱ স্পীনাৰ

গুৱাহাটী,৫মাৰ্চঃ ক্ৰিকেট জগতৰ এক বিশেষ কৃতিত্বৰ গৰাকী যাৰ স্পীন ভেলীয়ে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম…