প্ৰাগ চিনে এৱাৰ্ডছ-২০২৪

আজি যোৰহাটত বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হ’ব২১ সংখ্যক প্ৰাগ চিনে এৱাৰ্ডছ।বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হব…

দেৰগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত যুৱকৰ উদ্ভণ্ডালি

গুৱাহাটী,১০জানুৱাৰীঃ   দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতিপথাৰত  যোৱানিশা অনুষ্ঠিত  হোৱা এক সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি…

আজি সংগীত শিল্পী জুবিন গাৰ্গৰ ৫১সংখ্যক জন্মদিন

অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি ৫১ সংখ্যক ওপজাদিন । বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে…

বৰ্তমান বিপদ মুক্ত জুবিন

বুধবাৰে  হঠা९  অসুস্থ হৈ চিকি९সাধীন হোৱা জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।নেমকেয়াৰ হাস্পাতালৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি…

পুনৰ অসুস্হ হৈ পৰিল হাৰ্টথ্ৰব জুবিন গাৰ্গ

  আজি পুৱা গছৰ পুলিত পানী দি থকাৰ অৱস্থাতে অসুস্থ হৈ পৰে অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ…

লণ্ডনত শ্বুটিং কৰা হ’ব নতুন অসমীয়া চলচ্চিত্ৰ চিকাৰৰ 

গুৱাহাটী,১৫ ছেপ্টেম্বৰ:অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সু-খবৰ। সুদীৰ্ঘ সময়ৰ পিছত পুনৰ অসমীয়া চলচ্চিত্ৰই তোলপাৰ লগাবলৈ সক্ষম হৈছে…

তিনি বিশিষ্ট অসমীয়ালৈ অসম-বংগ বটাঁ

কলকাতাৰ ঐতিহ্যমণ্ডিত ”অসম ছোচি’অ লিটাৰেৰী ক্লাবে” অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে বিশেষ সন্মান। সংগীত জগতলৈ অৱদান…

শ্বাহৰুখ খানক চেলেঞ্জ জুবিন গাৰ্গৰ

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক চেলেঞ্জ দিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। ২২ জানুৱাৰীত মংগলদৈৰ দুমুনী চকীত অনুষ্ঠিত…

“কলাক্ষেত্ৰত হ’লেও অসমীয়া মিউজিয়াম হ’ব, মিঞা নহয়”- মিঞা মিউজিয়াম সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক , মিঞা মিউজিয়ামক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। মিঞা মিউজিয়ামক লৈ মত ব্যক্ত কৰিলে শিল্পী…

“মই কেৱল এজন গায়কক ছেল্যুট কৰো, আন কাকো জীৱনত ছেল্যুট নকৰো” জুবিন গাৰ্গ! কিন্তু কাক ছেল্যুট কৰে জুবিনে

ডিজিটেল ডেস্কঃ তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ ছাত্ৰাবাসৰ সোণালী জয়ন্তী। এই…