মূল্যবৃদ্ধিৰ সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য

গুৱাহাটী,১২ এপ্ৰিল: মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক৷ পেট্ৰল ডিজেলৰ লগতে প্ৰতিদিনে মূল্য বৃদ্ধি পাইছে আন অত্যাৱশ্যকীয়…