ঢকুৱাখনাত কালিৰ পৰা আৰম্ভ হ’ল ফাটবিহু

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ পাৰত লোক-সংস্কৃতিৰ বৃহৎ আয়োজন।ঢোল-পেঁপা-গগনাৰ অমিয়া সুৰেৰে মাজত ম’হঘুলি চাপৰিত আৰম্ভ ফাট বিহু। সংস্কৃতিৱান ঢকুৱাখনা…