“ৰাণা পগাগক মই বিশ্বাস কৰিছিলোঁ , যিটো মোৰ ভূল হ’ল আৰু তাৰেই বলি হৈ ইমান দিনে মই কাৰাগাৰত থাকিব লগা হ’ল” ! অৱশেষত জামিন পালে নিলম্বিত SI জোনমণি ৰাভা

বৰ্তমানেও চৰ্চাৰ কেন্দ্ৰবিন্দু SI জোনমণি ৰাভা ! কি সামাজিক মাধ্যম , কি সংবাদ মাধ্যম ? সকলোতে…