আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব নৰ্থ ইষ্ট ইউনাইটেড

আজি কোকৰাঝাৰৰ চাই ষ্টেডিয়ামত ছেমিফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ইণ্ডিয়ান আৰ্মিৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অংশ ল’ব ঘৰুৱা দল…

অসম আৰক্ষীৰ বৃহ९ সাফল্য

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীৰ বৃহ९ সাফল্য। আত্মপ্ৰকাশ কৰাৰ আগতেই কোকৰাঝাৰ আৰু চিৰাং আৰক্ষীৰ জালত শীৰ্ষ…

অন্ত পৰিল তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

সম্পূৰ্ণ হ’ল চাৰি সমষ্টি তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচী ৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল…

নাথ যোগী ছাত্ৰ সন্থাৰ লাইখূটাঁ স্থাপন

গুৱাহাটী, ১১ ডিচেম্বৰ: কোকৰাঝাৰৰ ভুটীয়াপাৰা খেলপথাৰত  সম্পুৰ্ণ মাংগলিক কাৰ্যসুচীৰে বিগত দেওবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ…

কোকৰাঝাৰ মেডিকেল কলেজত পাঠদান আৰম্ভ

এমবিবিএছৰ প্ৰথম ষাণ্মাষিকৰ শ্ৰেণীসমূহ আজিৰে পৰা আৰম্ভ হব । এয়া আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই…

আগন্তুক  বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ’ব কোকৰাঝাৰত

কেবিনেট বৈঠকৰ পিছত এইবাৰ বিধানসভাৰ অধিৱেশন ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰসাৰিত কৰা হ’ব।এতিয়াৰ পৰা কেৱল দিছপুৰতে সীমাবদ্ধ…

এএফচি মহিলা ফুটবল দলক নেতৃত্ব প্ৰদান কৰা অসম কন্যা অপূৰ্ণা নাৰ্জাৰী

ভাৰতীয় ফুটবল দলক নেতৃত্ব প্ৰদান কৰি ইতিহাস সৃষ্টি কৰিছে অসম কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে।অসমৰ মহিলা ফুটবলৰ ইতিহাসত…

বড়ো আধুনিক গীতৰ স্ৰষ্টা কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী সংগীত আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন 

গুৱাহাটী, ২৫ ডিচেম্বৰ:বিগত বছৰকেইটাৰ দৰে এইবাৰো বড়ো আধুনিক গীতৰ স্ৰষ্টা তথা সমন্বয় শিল্পী কনকলাল স্বৰ্গীয়াৰীৰ ষষ্ঠ…

কোকৰাঝাৰৰ ছিণ্ডিকেটৰ লগত জড়িত ডি.টি.অ’ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আটক

বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে ডি.টি.অ’ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক । চিৰাং জিলাৰ মুছাহাৰীৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে …

শীঘ্ৰেই বন্ধ হ’ব ৰাজ্যৰ ২১৬৫ টা জ্যোতি শিক্ষা কেন্দ্ৰ

নিউজ ডেস্কঃ শীঘ্ৰেই বন্ধ হ’ব  ৩৩ খন জিলাৰ ২১৬৫ টা জ্যোতি শিক্ষা কেন্দ্ৰ।  বাজেট অনুমোদন নোহোৱাৰ…