চাকৰি নিয়মীয়াকৰণৰ দাবীত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ শ্ৰমিক-কৰ্মচাৰিসকলৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক ,৭এপ্ৰিলঃআজিৰে পৰা ধাৰাবাহিক আন্দোলনত নামি পৰিছে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ শ্ৰমিক-কৰ্মচাৰিসকল। শ্ৰমিকসকলে এন এইছ…