বাংলাদেশৰ সলনি ডুবাইত অনুষ্ঠিত কৰা হ’ব মহিলা টি-২০ বিশ্বকাপ

মহিলা টি-২০ বিশ্বকাপৰ স্হানৰ সালসলনি।বাংলাদেশৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত কৰা হ’ব মহিলা  টি-২০ বিশ্বকাপ।অস্হিৰ বাংলাদেশত অনুষ্ঠিত নহয়…