আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

আজি অসমত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয়টো দিন। পুৱাই মা কামাখ্যাৰ মন্দিৰলৈ গৈ আশীষ ল’লে ৰাষ্ট্ৰপতি গৰাকীয়ে।…