চিনাক্ত কৰা হ’ল অমিক্ৰনৰ লক্ষণসমূহ

Share
গুৱাহাটী, ২৭ ডিচেম্বৰ: দক্ষিণ আফ্ৰিকাৰ ডিস্কভাৰ হেল্থৰ মুখ্য কাৰ্যবাহী ৰিয়ান ৰোচে কোৱা অনুসৰি  অমিক্ৰনত আক্ৰান্ত লোকসকলে নাক বন্ধ, শুকান কাহ আৰু পিঠিৰ তলৰ অংশৰ বিষৰ সমস্যাৰ সন্মুখীন হয়৷ লগতে অমিক্ৰনৰ আন এটা লক্ষণ হৈছে ই মানুহৰ মাত সলনি কৰে৷
ইউকেএইচএছএ-ৰ মুখ্য কাৰ্যবাহী ড০ জেনি হেৰিছে  ,আকৌ এবাৰ সকলো ব্ৰিটিছ নাগৰিকক অনুৰোধ জনাইছে যে  যিসকলে এতিয়ালৈকে বুষ্টাৰ পালি গ্ৰহণ কৰা নাই তেওঁলোকে  যিমান সম্ভৱ সোনকালে এই বুষ্টাৰ পালি গ্ৰহণ কৰিব । তেতিয়াহে ই অমিক্ৰন প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈ সমগ্ৰ বিশ্বতে পৰিগণিত হব। 

Leave a Reply

Your email address will not be published. Required fields are marked *