বাণিজ্যৰ বাবে ভাৰতীয় টকা ব্য়ৱহাৰ কৰিব শ্ৰীলংকাই

Share

ভাৰতত শ্ৰীলংকাৰ উপায়ুক্ত মিলিন্দা মোৰোগোদাই কৈছে যে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই কলম্বোৰ অৰ্থনৈতিক অংশ হিচাপে ভাৰতীয় টকা ব্যৱহাৰ কৰি ভাৰতৰ লগতে নতুন দিল্লীৰ সৈতে অৰ্থনৈতিক পুনৰুদ্ধাৰ ৰণনীতি সম্প্ৰসাৰিত আছে।শ্ৰীলংকাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি উপায়ুক্ত গৰাকীয়ে কয়,দ্বীপৰাষ্ট্ৰখনে কলম্বোলৈ অহা ভাৰতীয় পৰ্যটকসকলৰ বাবে RuPay প্ৰণালী ব্যৱহাৰ কৰাৰ সম্ভাৱনা ৰক্ষা কৰি আছে।

সংবাদ সংস্থাসমূহে শ্ৰীলংকাৰ সংকটৰ সময়ত ভাৰতীয় দূত সঁহাৰি আৰু দেশখনক ৩.৯ বিলিয়ন ডলাৰৰ সহায়ৰ শলাগ লোৱাৰ বাতৰি প্ৰকাশ পাইছে।    

ভাৰতীয় টকাৰ জৰিয়তে বাণিজ্য় সম্প্ৰসাৰণ কৰাটো ভাৰতৰ সৈতে শ্ৰীলংকাৰ পুনৰুদ্ধাৰ ৰণনীতিৰ অংশ। RuPay প্ৰণালী ব্যৱহাৰ কৰাৰ সম্ভৱত ওপৰত লক্ষ্য ৰাখি শ্ৰীলংকালৈ অহা ভাৰতীয় পৰ্যটকসকলৰ বাবে এইটো সহজ বুলি তেওঁ ANI ক কৈছিল শ্ৰীলংকাৰ উপায়ুক্তই। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি বিক্ৰম সিংহেক শীঘ্ৰেই ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।  

      

Leave a Reply

Your email address will not be published. Required fields are marked *