আজি ছেবাই ঘোষণা কৰিলে HSLC কম্পাৰ্টমেণ্টেল ফলাফল

Share
ডিজিটেল ডেস্কঃ ছেবাই আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল ফলাফল। আজি পুৱা ১০ বজাত ঘোষণা কৰা হয়। জানিব পৰা মতে যে, এই পৰীক্ষাত ৰাজ্যৰ ১২,৮৬১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ  হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ সংখ্যা ২৩,৯০৩ জন শিক্ষাৰ্থী।
উল্লেখযোগ্য যে, প্ৰথম বিভাগত ৯৯ জন, দ্বিতীয় বিভাগত ৬,২৭৬ জন আৰু তৃতীয় বিভাগত  ৬,৪৮৬ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ২০২২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৩ শতাংশ।  কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ছেবাৰ ৱেবছাইটৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *