শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা

Share

ছাদ্দাম হুছেইন
কভিড পৰিস্থিতিৰ মাজতো অসমৰ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা। সকলো বিদ্যালয়কে বছৰেকীয়া পৰীক্ষা, ইউনিট টেস্ট আৰু বিভিন্ন পৰীক্ষা সমুহ সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ মুখ্য সচিবৰ। নৱম-দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত কৰাৰো নিৰ্দেশ দিলে শিক্ষা বিভাগে। আভ্যন্তৰীণ পৰীক্ষা সময়মতে অনুষ্ঠিত নকৰিলে বাতিল হব বিদ্যালয়ৰ স্বীকৃতি। পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষকে নাপাব দৰমহা। Money for marks কেলেংকাৰীৰ বাবে ৰাজ্যৰ প্ৰধান শিক্ষা সচিবৰ এই কঠোৰ সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *