কভিডৰ মাজতে ৰাজস্থানত আগষ্ট ৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত

Share

কভিড ৰ সংক্ৰমণ হ্ৰাস হোৱাৰ বাবে কভিড প্ৰতকল ৰ মাজেৰে ২ আগষ্ট ৰ পৰা পুনৰ ৰাজস্থান ত শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে।শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে মাক্স পিন্ধি পাঠদান কৰিব লাগিব বুলি ঘোষণা কৰিছে ৰাজস্থান চৰকাৰে, আৰু এই সিদ্ধান্ত ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী গোবিন্দ্ৰ সিং ডোটাছৰাই, আৰু বৰ্তমান কভিড পৰিস্থিতি ভাল হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে সংবাদ মাধ্যমত।

Leave a Reply

Your email address will not be published. Required fields are marked *