বৃদ্ধি পাব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ

Share
গুৱাহাটী, ৭ জানুৱাৰীঃ ৰাজ্যবাসীলৈ সুখবৰ। পৰিসৰ বৃদ্ধি পাব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ। বৰ্তমানৰ ৭৮ বৰ্গকিলোমিটাৰ পৰা ২৭৮ বৰ্গকিলোমিটাৰ হ’ব ৰাষ্ট্ৰীয় উদ্যানখন। এই সন্দৰ্ভত প্ৰশাসনে চৰকাৰী অধিসূচনা জাৰি কৰিছে। ৬০ দিনৰ ভিতৰত ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে চৰকাৰে। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন। 

Leave a Reply

Your email address will not be published. Required fields are marked *