আজি বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ

Share

আজি বৰ্ষাপাৰত আইপিএলৰ হাই ভল্টেজ মেচ।ৰাজস্থান ৰয়েলছ মুখামুখি হব পঞ্জাৱ কিংছৰ।মেচৰ পূৰ্বে বৰ্ষাপাৰাত হব বিশেষ সাংস্কৃতিক অনুষ্ঠান।লগতে খেলৰ মাজভাগত হব আকৰ্ষণীয় লেজাৰ শ্ব।সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হব পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হাই ভল্টেজ মেচখন।ইতিমধ্যে তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান ৰয়েলছ দলটো।পুনৰ ১৯মেত ঘৰুৱা দলটো মুখামুখি হব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে।দুয়োখন মেচেই দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।যদিহে খেল দুখনত ৰাজস্থান ৰয়েলছ জয়ী হয় তেন্তে পুনৰ শীৰ্ষ স্থানলৈ যাব ঘৰুৱা দলটো।

Leave a Reply

Your email address will not be published. Required fields are marked *