প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক , পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু লগতে চল্লিছ খন জিলাৰ দণ্ডাধীশৰ লগত

Share
দিল্লী , ৩ নম্বেবৰঃ কোভিড ভেকচিন প্ৰদানৰ বিষয়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয় বুধবাৰে দিনৰ ১২ বজাত ৬ খন ৰাজ্য আৰু চল্লিছ খন জিলাৰ দণ্ডাধীশৰ লগত অনলাইন বৈঠকত মিলিত হব ৷ 
কোভিড ভেকচিনৰ প্ৰদান ঝাৰখণ্ড , মণিপুৰ ,নাগালেণ্ড, অৰুণাচল প্ৰদেশ , মহাৰাষ্ট্ৰ ,মেঘালয় চল্লিছ খনতকৈও অধিক জিলাত হ্ৰাস পাইছে৷ এই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব বৈঠকত ৷ ভেকচিনৰ গতি আৰু বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হব এই বৈঠকত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *