প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকালৈ ৰাওনা

Share

পল্লৱী গগৈ

২২ চেপ্তেম্বৰ, আমেৰিকাঃ আজি তিনিদিনিয়া কাৰ্যসূচীৰে আমেৰিকালৈ ভ্ৰমণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ লগতে কোৱাদ গ্ৰুপৰ নেতাসকলৰ লগতো মিলিত হ’ব মোডীয়ে।

      ই়়য়াৰ উপৰি হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতীয় মূলৰ মাৰ্কিন ৰাষ্ট্ৰপতি কমলা হেৰিচক সাক্ষাত কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ লগতে ২৪ চেপ্তেম্বৰত হ’বলগীয়া বৈঠকৰ সময়ত বাইডেনৰ সৈতে আফগানিস্তানৰ সন্ত্ৰাসবাদ, ব্যৱসায়, বাণিজ্য আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কও আলোচনা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *