প্ৰধানমন্ত্ৰী মোডীৰ ভাৰতীয় নৌ-সেনাক অৰ্পন সৰ্বশক্তিমান যুদ্ধ জাহাজ

Share

নিউজ ডেস্কঃ ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নৌ-সেনাক অৰ্পন কৰিলে প্ৰথমখন পৰিবাহী স্বদেশী যুদ্ধ জাহাজ  ‘INS VIKRANT’। এই ‘INS VIKRANT’ জাহাজখন প্ৰায় ২০ কোটি টকাৰ ব্যয় বহুলেৰে প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে,  ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ সৰ্ববৃহৎ জাহাজ হ’ল ‘INS VIKRANT’ । কোচিন শিপইয়ডৰ্ত প্ৰধানমন্ত্ৰী মোডীয়ে এই জাহাজখন মুকলি কৰে। জাহাজখন প্ৰায় ৬২ মিটাৰ বহল আৰু ২৬২ মিটাৰ দীঘল।

উল্লেখ্য যে, ‘INS VIKRANT’ ৰ গ্ৰাউণ্ডিং প্ৰশিক্ষণ নৱেম্বৰ মাহত আৰম্ভ কৰা হ’ব আৰু লগতে এই জাহাজখন ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ অঞ্চলত শান্তি আৰু স্থিৰতা নিশ্চিত কৰাত যথেষ্ট অৰিহণা যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *