লুইতৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

Share
গুৱাহাটী,২৫ আগষ্টঃ উত্তৰ লক্ষীমপুৰ ধুনাগুৰীৰ পৰা মাজুলীৰ দিশে যাত্ৰা কৰি থকা অৱস্থাতে লুইতৰ বালিত আৱদ্ধ হয় মা বৈষ্ণৱী নামৰ ফেৰীখন ৷

    উল্লেখ্য যে, উদ্বাৰ কৰিবলৈ কোনো ব্যৱস্থা নোহোৱাৰ ফলশ্ৰুতিত প্ৰায় ডেৰ ঘণ্টা জুৰি লুইতৰ বুকুত আৱদ্ধ হৈ আছে লুইতৰ বুকুত মা বৈষ্ণৱী ফেৰীখন ৷ এই ফেৰীখনত আছে অৰ্ধশতাধি(৫০ জনতকৈ অধিক)যাত্ৰী আৰু আছে এখন চাৰিচকীয়া বাহনৰ লগতে ২৫ খন বাইক ৷
    তদুপৰি দীৰ্ঘ সময় অতিক্ৰম কৰি নদীৰ মাজত আৱদ্ধ হৈ থকাৰ ফলত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *