অনালি শৰ্মা
মুখ্যমন্ত্ৰীৰ সৈতে সম্পন্ন হোৱা বৈঠকত প্ৰায় ৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । মাজনিশা ২ বজাৰ পৰা ৪ ঘন্টা ধৰি চলা উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী সকলক বিগত মাহত আৱাসগৃহ খালী কৰাৰ পূৰ্বেই তেওঁলোকৰ দৰমহা আদায় দিয়া হ’ব বুলি জানিবলৈ দিয়ে ।
তাৰোপৰি উক্ত বৈঠকত ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।