আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব পবিতৰা অভয়াৰণ্য

Share
গুৱাহাটী,১১ অক্টোবৰ, নিউজ ডেস্কঃ আজিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব পবিতৰা অভয়াৰণ্য। আজিৰে পৰা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ’ব এটা খৰ্গযুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ। এই মুকলি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী-বিধায়কৰ লগতে বন বিভাগৰ কেইবাগৰাকীও উচ্চ-পদস্থ বিষয়া। কিছুদিন পূৰ্বেই পৰ্যটকৰ বাবে মুকলি কৰিব লাগিছিল যদিও এটাৰ পাছত এটাকৈ হোৱা বান পৰিস্থিতিৰ ফলত পবিতৰাৰ ভিতৰৰ পথ বোকাময় হৈ থকাৰ বাবেই কেইদিনমান পলমকৈ মুকলি কৰি দিয়া হয় অভয়াৰণ্যখন।

Leave a Reply

Your email address will not be published. Required fields are marked *