শীঘ্ৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী: অমিক্ৰনৰ ব্যাপক সংক্ৰমণ

Share

গুৱাহাটী,১০ জানুৱাৰী:অমিক্ৰনৰ ব্যাপক সংক্ৰমণ ৰোধ কৰিবলৈ আৰু তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ বাবে শীঘ্ৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী।বৰ্তমান সকলো ৰাজ্যত কঠোৰ ক’ভিড বিধি মানি চলাৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অমিক্ৰনৰ ব্যাপক সংক্ৰমণ ৰোধ কৰিবলৈ আৰু তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ বাবে টিকাকৰণৰ ওপৰত জোৰ দিয়াৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ।কাইলৈ ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়া।এই বৈঠকত লকডাউনক লৈ কোনো আলোচনা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *