এক লাখ নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ

Share

  ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে । ২০২৪ৰ ১৩ আগষ্ট পৰ্যন্ত ৯৯,০৯৭ জনক নিযুক্তি দিছে অসম চৰকাৰে, সম্পূৰ্ণ নিকা পদ্বতিৰে নিযুক্তিৰে প্ৰক্ৰিয়া প্ৰদান কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অৰ্থ্যা९ ৯০৩ জনক নিযুক্তি দিলেই এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ’ব ৰাজ্য চৰকাৰৰ । পৰৱৰ্তী ডেৰ লাখ নিযুক্তিৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে । আগষ্ট আৰু চেপ্তেম্বৰ মাহৰ ভিতৰত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰি ডেৰ লাখৰ অভিমুখে যাত্ৰা কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী °  হিমন্ত বিশ্ব শৰ্মাই । মেধাৰ বলত নিযুক্তি লাভ কৰি আনন্দিত প্ৰাৰ্থীসকল ।         

Leave a Reply

Your email address will not be published. Required fields are marked *