সাংবাদিকতাৰ নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান IMCMS; নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

Share

যোগাযোগ আৰু সাংবাদিকতাৰ সম্পূৰ্ণ নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান Institute of Mass Communication and Media Studies, Guwahati ৰ ২০২১-২২ বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে কম ব্যয় বহুল আৰু উন্নত মানৰ শিক্ষা পদ্ধতিৰে পাঠদান কৰা শিক্ষানুষ্ঠান খনে “শিক্ষাৰ্থীঅনুকূল পদ্ধতি” অৱলম্বনেৰে নামভৰ্তি প্ৰক্ৰিয়া পৰিচালনা কৰি আহিছে। এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীৰ মানপত্ৰ আৰু ছমহীয়া মানপত্ৰ পাঠ্যক্ৰমৰ মাধ্যমেৰে Anchoring, Reporting, Script Writing, Videography, Photography, News Writing, Radio Jockey, Poster Designing, Practical TV Journalism, layout Designing, Digital Media Marketing & Management Video Editing, News Production কে ধৰি বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰা হয়। এই সম্পৰ্কে ব্যৱহাৰিক আৰু তত্ত্বগত পদ্ধতিৰে দায়বদ্ধ-একাগ্ৰতা- নৈতিকতাৰ আধাৰত সম্পূৰ্ণ হাতে-কামে সাংবাদিকতাৰ শিক্ষা প্ৰদানৰ লক্ষ্য শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে অধ্যয়ন কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। অভিজ্ঞ আৰু দায়বদ্ধ শিক্ষকৰ দ্বাৰা সাংবাদিকতাৰ নিৰপেক্ষ শিক্ষা প্ৰদান লগতে সাংবাদিকতাৰ ক্ষেত্ৰখনত মান সম্পন্ন সাংবাদিক গঢ়া মূল লক্ষ্য। সবিশেষ জনোৱাৰ বাবে যোগাযোগ কৰক 7576934459 আৰু  9678247128 নাইবা ইমেইল কৰক iomcms2020@gmail.com.

Leave a Reply

Your email address will not be published. Required fields are marked *