নতুন নামেৰে নামাকৰণ ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন

Share

ৰাষ্ট্ৰপতিৰ ভৱনৰ বাগিছাৰ নাম এতিয়াৰে পৰা অমৃত উদ্যান নামেৰে জনাজাত হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন নামে খ্যাত বাগিছাখনৰ নাম ৩১জানৱাৰীৰ পৰা সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ  সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক কয় যে স্বাধীনতা অমৃত মহোৎসৱৰ ৭৫বছৰ উদযাপন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিছাক অমৃত উদ্যান হিচাপে নামাকৰণ কৰিছে । 

ৰাষ্ট্ৰভৱনৰ ভৱনৰ ৱেবচাইট অনুসৰি, ৩১জানুৱাৰীৰ পৰা সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ’ব এই উদ্যানখন আৰু দৰ্শনাৰ্থীৰ বাবে ২৬মাৰ্চলৈকে খোলা থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *