শোকাস্তব্ধ মৰিগাওঁ! পুনৰ একেলগে জ্বলিছে ২ খন চিতা 

Share

গুৱাহাটী, ৫জুলাইঃ মৰিগাৱঁত  কান্দোনৰ ৰোল জ্বলিছে এতিয়া ইখনৰ পিছত সিখনকৈ চিতা। ইতিমধ্যে গাওঁ খনত ৬খনকৈ চিতা জ্বলিছে এতিয়া পুনৰ জ্বলিব ২খন চিতা।  মণিপুৰৰ ভূমিস্খলনত  নিহত হোৱা ২জন শ্ৰমিকৰ নশ্বৰ দেহ আজি স্বগৃহলৈ অনা হব।  দুপৰীয়া  দেৱজিত ফুকন  আৰু সন্ধিয়া আকাশ লৰমৰ মৃত দেহ মৰিগাৱঁৰ গোসাঁইবড়িত  গাৱঁলৈ অনা হৱ।  সমগ্ৰ গাওঁ খনত একো এতিয়া বুজা নোৱাৰা পৰিৱেশ। মণিপুৰৰ ভয়ংকৰ কাণ্ডই শোকাকুল কৰিছে ইখনৰ পিছত সিখনকৈ জিলা । এতিয়াও সন্ধানহীন হৈ আছে বহু লোক।  এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। ভূমিস্খলত এই পৰ্যন্ত ৫০জন লোকৰ মৃত্যু।

Leave a Reply

Your email address will not be published. Required fields are marked *