ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ হাহাঁকাৰ

Share

গুৱাহাটী,১ এপ্ৰিল: ৰাজ্য চৰকাৰৰ জাননীৰ পিছতেই অনলাইন যোগে নিবনুৱাৰ পঞ্জীয়নৰ বাবে নিয়োগ বিনিময় ক্ষেত্ৰত নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও ছাৰ্ভাৰ ডাউনৰ এক সমস্যাই ভাৰাক্ৰান্ত কৰিছে নিবনুৱা সকলক৷ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ৱেবচাইট বন্ধ হৈ থকাৰ ফলত চেষ্টা ব্যৰ্থ হৈছিল আৰু তাৰ পৰিণামতেই অভিযোগ উত্থাপন কৰে নিবনুৱা যুৱক যুৱতী সকলে ৷ আনহাতে পঞ্জীয়নৰ বাবে ৩১ মাৰ্চতেই অন্তিম সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল৷ উল্লেখ্য যে ইয়াৰ বাবদ ২০০-৩০০ টকা বহন কৰিবলগীয়াৰ ফলত হাহাঁকাৰ সন্মুখীন হৈছিল প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *