মণিপুৰ বিধান সভাৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট

Share

আজি পুৱাৰে পৰা আৰম্ভ হৈছে মণিপুৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোট । প্ৰথম পৰ্যায়ৰভোট গ্ৰহণৰ দিনা মণিপুৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিলে আৰু তাৰ পাছতে আজি মণিপুৰৰ ভোটকেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ছখন জিলাৰ ১,২৪৭ টা ভোটকেন্দ্ৰত  পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি ৪ বজালৈ চলিব । মুঠ ৬০ খন আসনৰ ভিতৰত বাকী থকা ২২ খন আসনৰ বাবে আজি ভোটগ্ৰহণ চলি আছে । এই ভোটগ্ৰহণৰ আধাৰত নিৰ্ণয় হব ৯২ জন প্ৰাৰ্থীৰ ভাগ্য ।

Leave a Reply

Your email address will not be published. Required fields are marked *